Voice of Eastern India

বানত আক্ৰান্ত ৪ জিলাৰ পৰিয়াললৈ ডাঙৰ খবৰ


বান প্ৰভাৱিত চাৰি জিলাৰ পৰিয়ালৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । লগতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ বাবেও বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ ।

-বানত আক্ৰান্ত ৪ জিলাৰ পৰিয়াললৈ ডাঙৰ খবৰ

-প্ৰতিটো পৰিয়ালকে তৎকালীনভাৱে দিয়া হ’ব ১৫হাজাৰকৈ টকা

-দুই-তিনিদিনৰ ভিতৰত চৰকাৰে দিব এই ধন

-বেংক একাউণ্টযোগে দিয়া হ’ব এই ধন

শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ পৰিয়ালে লাভ কৰিব এই ধন

-লগতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক দিয়া হ’ব ৯ লাখ টকাৰ সাহাৰ্য

-৪ লাখ টকাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা অতিৰিক্তভাৱে দিয়া হ’ব ৫ লাখ টকা

-চাৰ্কোল অফিচাৰে চাৰ্টিফিকেট দিয়াৰ লগে লগে লাভ কৰিব সাহাৰ্য

-প্ৰতিগৰাকী লোকৰ পৰিয়ালে পোনপটীয়াকৈ সাহাৰ্য লাভ কৰিব

-ফেচবুক লাইভযোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : বান প্ৰভাৱিত চাৰি জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.