মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিছে আব্দুল মুতালেব নামৰ এজন যুৱকে।
স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি ।
ফেচবুক লাইভতে আব্দুল মুতালেব নামৰ এজনে কমেন্টৰ জৰিয়তে দিছে ভাবুকি
১ কোটি টকা দিলেই মুখ্যমন্ত্ৰীক হত্যা কৰিব আব্দুল মুতালেবে।

মুখ্যমন্ত্ৰীৰ ফেচবুক LIVEৰ কমেন্টত এই ভাবুকি আব্দুল মুতালেবৰ।
পাকিস্তান জিন্দাবাদ বুলি কৈ এই কমেন্ট আব্দুল মুতালেবৰ
ঘটনাক লৈ আৰক্ষীয়ে চলাইছে তদন্ত।
লগতে পঢ়ক: ‘বানাক্ৰান্ত ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত অভাৱৰ সন্মুখীন হ’বলৈ নিদিওঁ’; মুখ্যমন্ত্ৰী
