চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িতৰ বাবে ডাঙৰ খবৰ
-বানপীড়িত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাবাসীৰ বাবে ডাঙৰ খবৰ
-৪ জিলাৰ ঋণগ্ৰস্ত লোকলৈ ডাঙৰ সকাহ চৰকাৰৰ
-বানপানীৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ বাবে শীঘ্ৰে বীমা কোম্পানীৰ সৈতে যোগাযোগ কৰিব পাৰিব (Assam Flood 2026)
-যান-বাহন, সম্পত্তি, পশুধন, ব্যক্তিগত দুৰ্ঘটনা,
-অন্যান্য যোগ্যতাসম্পন্ন বীমাৰ বাবে কৰিব পাৰিব আবেদন (Flood Insurance Claim Assam)
-বীমা দাবী সম্পৰ্কীয় সহায়ৰ বাবে যোগাযোগ সহায়ক, ফোন নম্বৰ মুকলি
-বীমা দাবীৰ বাবে যোৰহাট জিলাত কৃষাণ ডেকা- 7002-342201
-চৰাইদেউ জিলাৰ বাবে শুভ্ৰজিত দত্ত- 8101-966298
-গোলাঘাট জিলাৰ বাবে মনোজ বৰা-89769-31898
–শিৱসাগৰ জিলাৰ বাবে মানস বৰদলৈ- 96780-02840
-ঋণৰ কিস্তিৰ পৰা সাময়িক বিৰতিৰ বাবে
-যোৰহাট জিলা- সন্দীপ কুমাৰ- 97714-63081
-চৰাইদেউ জিলা- মাধৱ শইকীয়া- 94353-53141
-গোলাঘাট জিলা- কৌশল নাগৰ- 70038-70171
-শিৱসাগৰ জিলা- জয়দীপ চৌধুৰী- 88943-22379
-যোগ্যতা নিৰ্ধাৰণৰ সময়: ১৯ জুলাই ২০২৬
