নেপালৰ জলপ্ৰলয়ৰ মাজতে স্বস্তিৰ খবৰ! সন্ধান লাভ কাৰ্বি আংলঙৰ ৩ যুৱকৰ
-নেপালৰ ভয়াৱহ বানত সন্ধানহীন হৈ থকা কাৰ্বি আংলঙৰ ৩ যুৱকৰ সন্ধান লাভ
-বৰ্তমানেও সন্ধান লাভ কৰা নাই বিৰচন চাংমা নামৰ আন এজন লোকৰ (Nepal Flood Assam)
-পশ্চিম কাৰ্বি আংলঙৰ পূৱ ভেলাপাৰাৰ আছিল ৪জন যুৱক
-উদ্ধাৰ কৰা তিনিওজন যুৱক সম্প্ৰতি সুস্থ অৱস্থাত আছে
-বৰ্তমান কাঠমাণ্ডুত আছে তিনি যুৱক ক্ৰমে চেৰ-ভেচন মাৰাক,
-চিলভা মাৰাক আৰু এল্টিচন চাংমা
-সন্ধানহীন হৈ থকা যুৱকজনৰ নাম বিৰচন চাংমা
-নেপালৰ ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পত শ্ৰমিক হিচাপে কৰ্মৰত আছিল আটাইকেইগৰাকী
লগতে পঢ়ক: নেপালত মহাপ্ৰলয়: সন্ধানহীন অসমৰ ১২ গৰাকী
