নুমলীগড়-গহপুৰ সুৰংগ পথ আমাক কিয় লাগে? ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই KAMARUPA By admin On Jun 14, 2026 7 0 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গহপুৰ আৰু নুমলীগড়ৰ মাজত প্রস্তাৱিত পানীৰ তলৰ সুৰংগটো অর্থনৈতিক বিবেচনা বা যান-বাহনৰ চাহিদাতকৈ প্রধানকৈ কৌশলগত আৰু ৰাষ্ট্রীয় নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা গঢ়ি তোলা হৈছে৷ প্ৰস্তাৱিত গহপুৰ-নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুৰংগটোক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত Source link Source link