দেশৰ কৃষকে লাভ কৰিব PM KISANৰ ২৩নং কিস্তিৰ ধন KAMARUPA By admin Last updated Jun 20, 2026 4 0 ২৩ সংখ্যক PM KISAN কিস্তিৰ অধীনত অসমত ১৮.৬০ লাখৰো অধিক কৃষকৰ একাউণ্টত আজি সোমাব ৩৭২.০১ কোটি টকা। অসমৰ ১৮.৬০ লাখতকৈও অধিক কৃষক পৰিয়ালে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) আঁচনিৰ ২৩ তম কিস্তিৰ অধীনত ৩৭২.০১ কোটি টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰিব বুলি ২০ জুনত ৰাজ্যৰ মুখ্যমন্ত্ৰী Source link Source link