Voice of Eastern India

বান প্ৰভাৱিত চাৰি জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা


প্ৰলয়ংকাৰী বানৰ কবলত পৰা উজনিৰ চাৰি জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

-১ আগষ্টৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

-অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ ভাল খবৰ

-৩ আগষ্টৰ পৰিৱৰ্তে ১ আগষ্টৰ পৰাই লাভ কৰিব এই ধন

-চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীৰ বাবে বিশেষ ভাল খবৰ

-এই ৪ জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ২৫০০ টকাকৈ ধন

-বান পৰিস্থিতিৰ বাবে এই ডাঙৰ সিদ্ধান্ত চৰকাৰৰ

-৪ জিলাৰ বান পৰিস্থিতিৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ১৫ হাজাৰকৈ টকা

-অৰ্থাৎ এই ৪ জিলাৰ পৰিয়ালে লাভ কৰিব ১৭,৫০০ টকা

-ফেচবুক লাইভযোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : অৰুণোদয় নোপোৱা যোগ্য লোকসকলৰ বাবে আহি গ’ল ভাল খবৰ

Source link



Source link

Leave A Reply

Your email address will not be published.