Voice of Eastern India

বানপীড়িত শিৱসাগৰ নগৰৰ ৰাইজৰ দুখৰ সময়ত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন


AASU General Secretary Samiran Phukan on Sivasagar district flood affected area 

ABKK-Kamarupa, 23July 2026: বানে ধোৱা শিৱসাগৰৰ বৰআলি কিনাৰ, সুন্দৰপুৰ, চিপাহী গাঁও, দৰিকাপাৰ, বেতবাৰী আদি ভিন্ন প্ৰান্তত আজি বন্যাৰ্ত ৰাইজক বানসাহাৰ্য সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে উপস্থিত হৈ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে৷ ৰাইজ ব্যাপক দুৰ্যোগৰ লগতে ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছে৷ এইখিনি সময়ত সকলোকে ইজনে আনজনৰ সাৰথি হ’বৰ বাবে আহ্বান জনাইছে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে।



Source link

Leave A Reply

Your email address will not be published.