Voice of Eastern India

গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতাৰ বাবে তৎপৰতা


📌দিছপুৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আজি গুৱাহাটী পৌৰ নিগমৰ পৌৰ সেৱা ভৱনত বিধায়ক শ্ৰী প্ৰদ্যুৎ বৰদলৈ, মেয়ৰ শ্ৰী মৃগেন শৰণীয়া আৰু গুৱাহাটী পৌৰ নিগমৰ বিষয়াসকলৰ সৈতে এক ফলপ্ৰসূ পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

📌 বেলতলা বজাৰৰ উন্নয়ন, কৃত্ৰিম বানপানী, নৰ্দমা পৰিষ্কাৰ, জল নিষ্কাশন আৰু নগৰ স্বচ্ছতাকে ধৰি জনস্বাৰ্থমূলক বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।

জনসাধাৰণৰ সমস্যা অগ্ৰাধিকাৰ ভিত্তিত সমাধা

ন কৰি অধিক উন্নত, স্বচ্ছ আৰু ফলপ্ৰসূ পৌৰ সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে সমন্বিতভাৱে কাম কৰাৰ সংকল্প পুনৰ দৃঢ় কৰা হয়।

🌿 ‘স্বচ্ছ সৰ্বেক্ষণ’ অভিযানৰ জৰিয়তে গুৱাহাটীক অধিক পৰিষ্কাৰ, সেউজীয়া আৰু বাসোপযোগী চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব।



Source link

Leave A Reply

Your email address will not be published.