Voice of Eastern India

নিশাৰে পৰা মুষলধাৰ বৰষুণ, কৃত্ৰিম বান


নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণত মহানগৰীৰ ঠায়ে ঠায়ে কৃত্ৰিম বান

-নিশাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ

-ঠায়ে ঠায়ে সৃষ্টি কৃত্ৰিম বান

-বানৰ কবলত মহানগৰীৰ হাতীগাঁও,অনিল নগৰ,নবীন নগৰ,

-ৰাজগড়কে ধৰি বিভিন্ন প্ৰান্ত

-স্বাভাৱিক জনজীৱনত ব্যাঘাত

-২২খন জিলালৈ YELLOW ALERT

-২৪ আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

-প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা নোলাব

লগতে পঢ়ক : গুৱাহাটীৰ বতৰক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী!

Source link



Source link

Leave A Reply

Your email address will not be published.