Voice of Eastern India

পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ


 

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬-ৰ অংশ হিচাপে শিৱসাগৰ জিলাত আয়োজিত প্ৰশিক্ষণৰ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকি কাৰ্যকৰ্তাসকলক সম্বোধন কৰে অসম চৰকাৰৰ জলসম্পদ তথা আইন বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে।

‘একাত্ম মানৱ দৰ্শন’ আৰু ‘অন্ত্যোদয়া’ দৰ্শনেৰে আমাক মাৰ্গদৰ্শন কৰা ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক, মহান দাৰ্শনিক, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা, প্ৰাতঃস্মৰণীয় মহান মনীষী পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ জীৱনাদৰ্শনক সাৰোগত কৰি আমাৰ কাৰ্যকৰ্তাসকলক আগবাঢ়িবলৈ আহ্বান জনায় মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে।

এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে সকলোকে দলৰ প্ৰতি দায়বদ্ধ হৈ থকাত সহায় কৰিব বুলি দৃঢ়বিশ্বাসমূলক মত প্ৰকাশ কৰে মন্ত্ৰী বৰগোহাঁইয়ে।

 



Source link

Leave A Reply

Your email address will not be published.