পৰ্যটক লৈ মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব অসমৰ বাহন
-অন্ত পৰিল সকলো প্ৰতিবাদ আৰু জটিলতাৰ
-পৰ্যটক লৈ মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব অসমৰ বাহন (Meghalaya Assam vehicles)
–মেঘালয়লৈ যাব পাৰিব সকলো বাণিজ্যিক আৰু ব্যক্তিগত বাহন
-মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে চালক সন্থাৰ গুৰুত্বপূৰ্ণ বৈঠক
-বৈঠকত গ্ৰহণ এই সিদ্ধান্ত (Assam Meghlaya Tension)
-যান-বাহনৰ চলাচল স্বাভাৱিক কৰাৰ সিদ্ধান্ত মেঘালয় চৰকাৰৰ
-১০ ছেপ্তেম্বৰৰ ভিতৰত পৰিৱহণ আয়ুক্তৰ হ’ব গুৰুত্বপূৰ্ণ বৈঠক
-পূৰ্বৰ দৰেই চলাচল অব্যাহত ৰখাৰ আশ্বাস
-অসুবিধাত পৰিলে যোগাযোগৰ বাবে মুকলি মুকলি টোল ফ্ৰী নম্বৰ
-18005992026ত ফোন কৰি অৱগত কৰিব পাৰিব (Shillong Violence)
-ইফালে মেঘালয়ৰ টেক্সি চালক সন্থাৰ প্ৰতিবাদ বাতিলৰ সিদ্ধান্তক আদৰণি মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ
-অসমৰ পৰ্যটকৰ নিৰাপত্তা আৰু অসমৰ বাহনৰ সুৰক্ষিত চলাচল নিশ্চিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস
-শান্তিপূৰ্ণ সমাধানৰ বাবে উপ-মুখ্যমন্ত্ৰী এচ ধৰসহ সংশ্লিষ্ট কৰ্তৃপক্ষক ধন্যবাদ
-শান্তি-শৃংখলা বজাই ৰাখিবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ
লগতে পঢ়ক: অসম-মেঘালয়ৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
