পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ ঘটনা
-অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা (Arunachal Accident)
-পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ মৃত্যু (Arunachal Pradesh Road Accident)
-নিহত জোৱানজন গোলাঘাটৰ ৰাজুমনি হাজৰিকা বুলি চিনাক্ত
–বমডিলাৰ পৰা চেৰগাঁও অভিমুখে আহি আছিল ৰাজুমনি

-হঠাৎ পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি পৰে চলন্ত বাহনখনত
-গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে কৰুণভাৱে মৃত্যুক আকোৱালি লয় জোৱানজনে
-দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পত্নী আৰু দুই সন্তানৰ
-জোৱানজনৰ পাৰ্থিৱ শৰীৰ চাৰিদুৱাৰ আৰক্ষী থানালৈ আনি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন
-ঘটনাৰ পিছতেই অঞ্চলজুৰি শোকৰ ছাঁ
