চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ উৎখাট
-ৰাজ্যত চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ উৎখাট (Assam Cyber Crime)
-৮ এজেন্টসহ শ শ ছিম কাৰ্ড জব্দ আৰক্ষীৰ
-অবৈধ ছিম কাৰ্ড যোগানেৰে চলাই গৈছিল বৃহৎ চাইবাৰ অপৰাধ
-বৰপেটা আৰক্ষীয়ে অভিযান উৎখাট কৰে চাইবাৰ চক্ৰ
-৮ দুৰ্ধৰ্ষ অপৰাধী ছানিদুল ইছলাম, কদম আলী, ৰাজিবুল হক,
-ৰকিবুল ইছলাম, আছাদুল ইছলাম, আব্দুছ ছালাম,
-আনোৱাৰ হুছেইন আৰু মহিদুল ইছলামক গ্ৰেপ্তাৰ
-অবৈধভাৱে ছিম কাৰ্ড উলিয়াই চাইবাৰ অপৰাধীৰ হাতত তুলি দিয়াৰ অভিযোগ
লগতে পঢ়ক: অৰুণাচলত অসম আৰক্ষীৰ জোৱানৰ সৈতে কৰুণ ঘটনা
