Senior Journalist, Sahityik Pensioner Dr Naren Hazarika, Chief Editor of Dainandin Barta newspaper
সাংবাদিক ড° নৰেন হাজৰিকা কেনে আছে?
অসম আন্দোলনৰ সময়ত অসমৰ পৰিস্থিতি কেনে আছিল?
কাৰ ভুলৰ বাবে ৮৫৫ জন শ্বহীদ হ’ল আৰু তাৰ পৰা অসমীয়াই কি পালে?
অসম গণ পৰিষদ (অগপ)ৰ সৃষ্টিৰ আঁৰত কি আছিল?
আলফাৰ জন্ম হোৱাৰ আগতেই সাংবাদিকতা কৰা নৰেন হাজৰিকাৰ মুখত অসমৰ অতীত বৰ্ণনা।
হোমেন বৰগোহাঞি, কনকসেন ডেকাতকৈও সাংবাদিকতাত জ্যেষ্ঠ নৰেন হাজৰিকা।
হীৰেণ ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ, ৰাধাগোবিন্দ বৰুৱা, প্ৰফুল্ল গোবিন্দ বৰুৱা, তীৰ্থনাথ হাজৰিকা, তিলক হাজৰিকা, ফণী শৰ্মা, ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা ইত্যাদিৰ সান্নিধ্যত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত কেনেকৈ জড়িত হৈ পৰিছিল নৰেন হাজৰিকা?
বৰ্তমান অসমৰ সংবাদ জগতত চৰকাৰৰ এজেন্ট হিচাপে এচাম সাংবাদিকে মন্ত্ৰী-বিধায়কৰ মুখপাত্ৰৰ দৰে আচৰণ কৰেনেকি?
The Assam Tribune ৰ পৰা সাংবাদিকতা আৰম্ভ কৰি দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদকলৈ এক দীঘলীয়া পৰিক্ৰমাৰ বৰ্ণনা
চৰকাৰী চাকৰি ত্যাগ কৰি সাংবাদিকতাৰ বৃত্তিতে জীৱন উচৰ্গা কিয়?
সবিশেষ চাবলৈ পাব অসম লুতাদ চেনেলত সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিঙৰ চৰ্চা অনুষ্ঠানত।

