Voice of Eastern India

GMCH ৰ অধীক্ষক হিচাপে ডাঃ বাবুল বেজবৰুৱাৰ আসন গ্ৰহণ


🚨 GMCHৰ নতুন অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ডাঃ বাবুল কুমাৰ বেজবৰুৱাই।
👉 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH)-ৰ নতুন অধ্যক্ষ হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে ডাঃ বাবুল কুমাৰ বেজবৰুৱাই।
👉 দায়িত্ব গ্ৰহণৰ পিছতে চিকিৎসা সেৱাৰ মান উন্নয়ন, ৰোগীকেন্দ্ৰিক স্বাস্থ্যসেৱা আৰু প্ৰতিষ্ঠানখনৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে।
👉 চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু কৰ্মচাৰীসকলৰ সহযোগিতাৰে GMCHক অধিক উন্নত চিকিৎসা প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ লক্ষ্য ব্যক্ত কৰে।
👉 নতুন অধ্যক্ষক বিভিন্ন মহলে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

 



Source link

Leave A Reply

Your email address will not be published.