Voice of Eastern India

Gunonti Gogoi passes away


ABKK Kamrupa 21st July 2026, Sisibargaon: Condolences to Late Gunonti Gogoi mother of Sri Jiban Gogoi MLA of Sisibargaon constituency Dhemaji, Assam.

Jiban Gogoi MLA paid homage to his Late mother on last journey

চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈৰ মাতৃ সদ্য প্ৰয়াত গুনন্তী গগৈৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন পৰিয়ালবৰ্গ।

সৰহবৰহী তথা ধৰ্মপ্ৰাণ মহিলা সদ্য প্ৰয়াত গুনন্তী গগৈৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, মাজুলীৰ বিধায়ক ভূৱন গাম, যুৱ সমাজকৰ্মী জয়ন কুমাৰ দেউৰী, দেৱজিৎ দলে আৰু ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অৱ অসম ইউটিঅআ উপ-সভাপতি ড° অৰিন্দম প্ৰিন্স পাংগিং ইত্যাদিয়ে।

 



Source link

Leave A Reply

Your email address will not be published.