Voice of Eastern India

Zubeen Garg case: জামিন পালে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে


Zubeen Garg case: জামিন পালে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে। পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন লাভ।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত প্ৰথমটো জামিন লাভ। জামিন পালে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে। শিল্পীগৰাকীৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন লাভ। জামিন মঞ্জুৰ বিশেষ ন্যায়াধীশৰ আদালতৰ (Zubeen Garg case)। তদন্তকাৰী আৰক্ষীৰ ভুল বাবেই জামিন লাভ দুই দেহৰক্ষীৰ।

উল্লেখ্য য়ে, আয় বৰ্হিভূত গোচৰত জামিন লাভ কৰিছে দুয়োগৰাকী গেহৰক্ষীয়ে। অৱশ্যে জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰে দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। জুবিন হত্যাৰ গোচৰত কাৰাবন্দী হৈ থাকিব লাগিব অভিযুক্ত দুয়োগৰাকী দেহৰক্ষী।

লগতে পঢ়ক: Guwahati accident: নৱবিবাহিতা পত্নীৰ সৈতে খানাপাৰালৈ যোৱাৰ সময়তে ঘটিল ভয়ংকৰ ঘটনা

Source link



Source link

Leave A Reply

Your email address will not be published.