Voice of Eastern India

Zubeen Garg Death Case: জামিন লাভ কৰিলে অমৃতপ্ৰভা মহন্তই


Zubeen Garg Death Case: আজি জামিন লাভ কৰিলে অমৃতপ্ৰভা মহন্তই

–জুবিন গাৰ্গ হত্যাত অভিযুক্ত অমৃতপ্ৰভা মহন্তই লাভ কৰিলে জামিন (Zubeen Garg Death Case)

-গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিলে অমৃতপ্ৰভাই

-হাফলঙত কাৰাৰুদ্ধ হৈ আছিল অমৃতপ্ৰভা

-এটা এটাকৈ সাৰি যাব নেকি জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্ত?

-আজি জামিন লাভ কৰিলে অমৃতপ্ৰভা মহন্তই

-৫০ হাজাৰ টকাৰ বণ্ডত জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

-গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন

-কিছুদিন পূৰ্বে লাভ কৰিছিুল দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই

-জামিন লাভ কৰিব নেকি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই?

লগতে পঢ়ক: Guwahati Girl Missing Andhra Pradesh: নিৰুদ্দেশৰ পিছত অন্ধ্ৰপ্ৰদেশত মৃতদেহ উদ্ধাৰ, হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

Source link



Source link

Leave A Reply

Your email address will not be published.