Voice of Eastern India

বানপীড়িতলৈ নৰ্থ ইষ্ট এগ্ৰো প্ৰডাক্টছ এণ্ড চাৰ্ভিচেছৰ…


শুকুৰবাৰে নৰ্থ ইষ্ট এগ্ৰো প্ৰডাক্টছ এণ্ড চাৰ্ভিচেছৰ MD আকাশজ্যোতি কাশ্যপে বানপীড়িতলৈ লাখ টকাৰ সাহায্য প্ৰদান কৰে।

ৰাজ্যৰ বিভীষিকাময় বান পৰিস্থিতিৰ মাজতে   নৰ্থ ইষ্ট এগ্ৰো প্ৰডাক্টছ এণ্ড চাৰ্ভিচেছৰ MD আকাশজ্যোতি কাশ্যপে বানপীড়িতলৈ সাহয্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ  আকাশজ্যোতি কাশ্যপে ৩লাখ টকাৰ সাহায্য প্ৰদান কৰিছে।

নৰ্থ ইষ্ট এগ্ৰো প্ৰডাক্টছ এণ্ড চাৰ্ভিচেছৰ MD আকাশজ্যোতি কাশ্যপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক চেকখন অৰ্পণ কৰে। এই অনুদানৰ উদ্দেশ্য হৈছে ৰাজ্যৰ বানপীড়িত অঞ্চলসমূহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জৰুৰীকালীন সাহায্য, মানৱীয় সাহায্য আৰু পুনৰসংস্থাপনৰ প্ৰচেষ্টাসমূহক সমৰ্থন কৰা।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ ২১,০০,০০০ টকাৰ অনুদান

Source link



Source link

Leave A Reply

Your email address will not be published.