Voice of Eastern India

উজনিৰ ৪ জিলাত ভয়াৱহ বান পৰিস্থিতি, মুকলি হেল্পলাইন নম্বৰ


দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে জৰুৰী হেল্পলাইন নম্বৰ

-উজনি অসমৰ ৪ জিলাত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি

-দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে জৰুৰী হেল্পলাইন নম্বৰ

শিৱসাগৰ: ৮৪৭১৮-৬৪৩৫৫

-চৰাইদেউ: ৯০৮৫৪-১২১৮০

-যোৰহাট: ০৩৭৬-২৩০০১২৪

-গোলাঘাট: ৯৩৯৪৯-৮৫৪২১

-১০৭৭ টোল ফ্ৰী নম্বৰ

-জৰুৰীকালীন অৱস্থাৰ বাবে সষ্টম হৈছে উদ্ধাৰকাৰী দল

-বিপদত পৰিলে লগে লগে যোগাযোগ কৰক এই নম্বৰসমূহত

-ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ০৩৬১-২২৩৭২১১

-টোল ফ্ৰী নম্বৰ ১০৭০ / ১০৯১ / ১১২ ত যোগাযোগ কৰিব পাৰিব

লগতে পঢ়ক : অসমত বানৰ ভয়াৱহ ৰূপ: ১২ খন জিলা প্লাবিত, ক্ৰমাৎ ওফন্দিছে ব্ৰহ্মপুত্ৰ-দিখৌৰ বুকু

Source link



Source link

Leave A Reply

Your email address will not be published.