Voice of Eastern India

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ


অসমৰ বান পৰিস্থিতিক লৈ চিন্তিত কেন্দ্ৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

-অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

-পৰিদৰ্শনৰ বাবে শীঘ্ৰেই আহিব কেন্দ্ৰীয় দল

-অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্বেগ

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ফোন

-টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে

-বানৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অসমলৈ আহিব কেন্দ্ৰীয় দল

-সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰীয়ে

-উজনিত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

-আকস্মিক বানে বিপদ নমালে জনজীৱনলৈ

-গৃহমন্ত্ৰী অমিত শ্বাহলৈ কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : ৰাজ্যত অব্যাহত বলিয়া বানৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪১লৈ বৃদ্ধি

Source link



Source link

Leave A Reply

Your email address will not be published.