মুকলি আকাশৰ তললৈ অহাৰ পিছত আজি প্ৰথমবাৰলৈ আদালতত উপস্থিত হ’ব সন্দীপন গাৰ্গ।
আজি আদালতত উপস্থিত হ’ব সন্দীপন গাৰ্গ। জামিনৰ পিছত প্ৰথমবাৰলৈ আদালতত উপস্থিত হ’ব সন্দীপন। জুবিন গাৰ্গ কাণ্ডৰ অন্যতম অভিযুক্ত আছিল সন্দীপন গাৰ্গ।
১৯ অক্টোবৰত কাৰাগাৰৰ পৰা মুকলি হৈছিল সন্দীপন। ইফালে আজি আদালতত হাজিৰ হ’ব অমৃতপ্ৰভা মহন্তও।
লগতে পঢ়ক: “আমি সকলো ঐক্যবদ্ধ হ’লেহে জুবিন গাৰ্গে ন্যায় পাব”; জুবিন ক্ষেত্ৰৰ পৰা অখিল গগৈৰ আহ্বান
