Voice of Eastern India

উজনিত পুনৰ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি


উজনিত পুনৰ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি । নিশা বন্যাৰ্তৰ হাহাকাৰ ।

-উজনিত পুনৰ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি

বুঢ়ীদিহিং নদীত ওফন্দি উঠিছে জলপৃষ্ঠ

-ডিব্ৰুগড়ৰ খোৱাঙৰ জনতাক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ আহ্বান

-দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী

-জৰুৰী অৱস্থা হ’লেই ফোন কৰক

-09401044617 নম্বৰত

-112 অথবা 1077তো কৰিব পাৰিব ফোন

-শিৱসাগৰ, যোৰহাটতো অপৰিৱৰ্তিত বান পৰিস্থিতি

-নিশা বন্যাৰ্তৰ হাহাকাৰ

লগতে পঢ়ক : শিৱসাগৰৰ জাঁজীত পুনৰ প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ

Source link



Source link

Leave A Reply

Your email address will not be published.