Voice of Eastern India

গা ধুবলৈ গৈ একেলগে ৩ যুৱকৰ শোকাৱহ ঘটনা


বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ আহি অকাল মৃত্যু! যোৰহাটত ৩ যুৱকৰ সলিল সমাধি

-গা ধুবলৈ গৈ একেলগে ৩ যুৱকৰ শোকাৱহ ঘটনা

-হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল (Jorhat News)

যোৰহাট চিনামৰা হাটীগড় বাগানত ৰাজ্য কঁপাই যোৱা ঘটনা

-১২ জনীয়া এটা দলে বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ আহিছিল

-পাৰ্টী কৰি গা ধুবলৈ নামিছিল ৯জন যুৱক

-গা ধোৱাৰ পিছতেই ৩জন যুৱক উঠি নহাত হাহাকাৰ লাগে (Assam Breaking News)

-টোকোলাই কুৰকানী  ১২ নম্বাৰ পুলত গা ধুবলৈ আহিছিল যুৱককেইজন

-SDRF-এ অভিযান চলাই উদ্ধাৰ কৰে দুই যুৱকৰ মৃতদেহ

লগতে পঢ়ক: নেপালত সন্ধানহীন অসমৰ দুই যুৱক

Source link



Source link

Leave A Reply

Your email address will not be published.