চিকিৎসকৰ ভুলৰ বাবেই জ্যোস্মিতা বৰাৰ মৃত্যু হোৱাৰ অভিযোগ। গোলাঘাটৰ এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি।
–গোলাঘাটৰ জ্যোস্মিতা বৰাৰ ঘটনাক লৈ দণ্ডাধীশ পযায়ৰ তদন্ত ঘোষণা
-চিকিৎসকৰ ভুলৰ বাবেই জ্যোস্মিতা বৰাৰ মৃত্যু হোৱাৰ অভিযোগ
-কাইলৈ ৰাজহুৱা শুনানিৰ বাবে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী (Golaghat Jusmita Bora Case)

-কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই ঘটনাৰ শুনানি

-পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত হ’ব ৰাজহুৱা শুনানি
-অস্ত্ৰোপচাৰৰ ২৫ দিন পিছত মৃত্যু জ্যোস্মিতা বৰাৰ
-ডাঃ ভাস্কৰ হাজৰিকাৰ নাৰ্ছিংহোমত হৈছিল অস্ত্ৰোপচাৰ
-অস্ত্ৰোপচাৰৰ পিছতেই পুনৰ অসুস্থ হৈছিল জ্যোস্মিতা বৰা
-যুৱতীগৰাকীৰ কৰুণ মৃত্যুৰ পিছতেই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি
লগতে পঢ়ক: মানসজ্যোতি চেতিয়াৰ ঘটনাক লৈ নিশা উত্তপ্ত পৰিস্থিতি
