Voice of Eastern India

বিশেষ ফাষ্টট্ৰেক আদালতত আৰম্ভ হ’ব জুবিন গাৰ্গৰ হত্যাৰ…


জুবিন গাৰ্গৰ হত্যাৰ মূল বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা বিশেষ ফাষ্টট্ৰেক আদালতত আৰম্ভ হ’ব।

আজিৰে পৰা বিশেষ ফাষ্টট্ৰেক আদালতত আৰম্ভ হ’ব জুবিন গাৰ্গৰ হত্যাৰ মূল বিচাৰ প্ৰক্ৰিয়া।৪ জনকৈ সাক্ষীক তলবৰ নিৰ্দেশ দিছে ফাষ্টট্ৰেক আদালতে। মৰিগাঁৱৰ প্ৰাক্তন SP, OC-সহ ৪ জনক হাজিৰ হোৱাৰ চমন জাৰি কৰা হৈছে।

জুবিন গাৰ্গৰ গোচৰ খৰতকীয়াভাৱে নিষ্পত্তি কৰাৰ নিৰ্দেশ আদালতৰ।আজি ফাষ্টট্ৰেক আদালতত ৪ গুৰুত্বপূৰ্ণ সাক্ষীৰ সাক্ষ্য মূল্যায়ন কৰিব। জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে মৰিগাঁৱৰ প্ৰাক্তন SP হেমন্ত কুমাৰ দাস মৰিগাঁও থানাৰ তদানীন্তন OC প্ৰণৱ শইকীয়া আৰু SI ভাস্কৰ বৰ্মন আৰু এজাহাৰকাৰী ৰাতুল বৰাক তলব কৰা হৈছে।

লগতে পঢ়ক: ৰাজ্যত ভূমিকম্পৰ জোকাৰণি…

Source link



Source link

Leave A Reply

Your email address will not be published.