যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত মন্ত্ৰী অতুল বৰা
-যোৰাবাটৰ প্ৰতিবাদস্থলীত মন্ত্ৰী অতুল বৰা
-দুই ৰাজ্যৰ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই প্ৰতিবাদস্থলীত উপস্থিত (Assam Meghalaya Tension)
-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৰাবাটত উপস্থিত
-আন্দোলন প্ৰত্যাহাৰ আৰু মীমাংসা কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
-মেঘালয়ৰ প্ৰতিশ্ৰুতিত বৰ্তমানেও আশ্বস্ত হোৱা নাই অসমৰ কেব চালক, প্ৰতিবাদকাৰী
-শীঘ্ৰে শান্তিপূৰ্ণ পৰিস্থিতি ঘূৰাই আনিবলৈয়ো আহ্বান প্ৰতিবাদকাৰীক
লগতে পঢ়ক: অসম-মেঘালয় সংঘাতঃ উচ্চস্তৰীয় বৈঠকৰ অন্তত ডাঙৰ ঘোষণা
