Voice of Eastern India

১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত নাপাব অ’লা, উবেৰ, ৰেপিড’ৰ সুবিধা!


ইন্ধনৰ দাম হ্ৰাস, কেবচালকৰ প্ৰাপ্যধন বৃদ্ধিৰ দাবীত ১ ছেপ্টেম্বৰৰ পৰা কেব চালক সকল প্ৰতিবাদৰ। ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত নাপাব অ’লা, উবেৰ আৰু ৰেপিড’।

১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব অ’লা, উবেৰ আৰু ৰেপিড সেৱা !

গুৱাহাটীৰ সকলো দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া কেবচালকসকলৰ সিদ্ধান্ত

পেট্ৰল-ডিজেলৰ  মূল্য বৃদ্ধিৰ পাছতো কেব চালকসকলৰ প্ৰাপ্য বৃদ্ধি নোহোৱাত ক্ষোভ

 অ’লা, উবেৰ, ৰেপিড’ তিনিও প্ৰতিষ্ঠানে চালকৰ বাবে প্ৰাপ্য বৃদ্ধি কৰাৰ দাবী

দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কোনো চালকে এপ ব্যৱহাৰ নকৰে বুলি দাবী

ভাড়া বৃদ্ধি নকৰা পৰ্যন্ত বন্ধ ৰখা হ’ব অ’লা, উবেৰ, ৰেপিড’ সেৱা।

চৰকাৰী নিয়ম অনুসৰি ভাড়া নিৰ্ধাৰণৰ দাবী কেবচালকসকলৰ।

লগতে পঢ়ক: ৰাজ্যৰ পাঁচ জিলাত স্থানীয় বন্ধ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.