বিজেপিত আনুষ্ঠানিকভাৱে যোগদান সুস্মিতা দেৱৰ।কলকাতাত বিজেপিত যোগদান সুস্মিতা দেৱৰ।সুস্মিতা দেৱৰ লগতে আন দুই প্ৰাক্তন TMC সাংসদৰো যোগদান। প্ৰকাশ বৰাইক, সুখেন্দু শেখৰ ৰায়ৰো যোগদান গেৰুৱা দলটোত। পশ্চিম বংগৰ পৰা ৰাজ্যসভাত বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে সুস্মিতা।

