Voice of Eastern India

কাইলৈৰ পৰা ১১ দিনলৈ বিদ্যুৎ কৰ্তন!


১০ ছেপ্টেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা

-কাইলৈৰ পৰা ১১ দিনলৈ কৰ্তন কৰা হ’ব বিদ্যুৎ

-১০ ছেপ্টেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা (Power Cut Assam)

-পুৱা ৫ বজাৰ পৰা ৭.৩০ বজালৈ কৰ্তন কৰা হ’ব বিদ্যুৎ

-কোন কোন অঞ্চলত নাথাকিব বিদ্যুৎ?

অভয়াপুৰীৰ চলন্তাপাৰা, কাবাইটাৰী, বৰজানা, মালেগঢ়,

-যোগীঘোপা, খৰাগাঁৱত নাথাকিব বিদ্যুৎ

-বিদ্যুৎ লাইন সংযোগৰ কামৰ বাবে ব্যাহত হ’ব বিদ্যুৎ যোগান

-বিদ্যুৎ বিভাগৰ জৰুৰী জাননী

লগতে পঢ়ক: নেপালৰ জলপ্ৰলয়ঃ সন্ধান লাভ কাৰ্বি আংলঙৰ ৩ যুৱকৰ

Source link



Source link

Leave A Reply

Your email address will not be published.