Voice of Eastern India

অৰুণাচলত অসম আৰক্ষীৰ জোৱানৰ সৈতে কৰুণ ঘটনা


পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ ঘটনা

-অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা (Arunachal Accident)

-পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ মৃত্যু (Arunachal Pradesh Road Accident)

-নিহত জোৱানজন গোলাঘাটৰ ৰাজুমনি হাজৰিকা বুলি চিনাক্ত

বমডিলাৰ পৰা চেৰগাঁও অভিমুখে আহি আছিল ৰাজুমনি

-হঠাৎ পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি পৰে চলন্ত বাহনখনত

-গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে কৰুণভাৱে মৃত্যুক আকোৱালি লয় জোৱানজনে

-দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পত্নী আৰু দুই সন্তানৰ

-জোৱানজনৰ পাৰ্থিৱ শৰীৰ চাৰিদুৱাৰ আৰক্ষী থানালৈ আনি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন

-ঘটনাৰ পিছতেই অঞ্চলজুৰি শোকৰ ছাঁ

লগতে পঢ়ক: মেঘালয়ৰ পৰা অসমলৈ সুৰক্ষিতভাৱে উভতিল ১৩১জন লোক

Source link



Source link

Leave A Reply

Your email address will not be published.