Voice of Eastern India

অৰুণোদয়ৰ পৰা আৰম্ভ কৰি  বান সাহাৰ্যলৈকে মুখ্যমন্ত্ৰীৰ ৭টা বৃহৎ ঘোষণা


ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ ঘোষমা কৰে

-অৰুণোদয়ৰ পৰা আৰম্ভ কৰি  বান সাহাৰ্যলৈকে মুখ্যমন্ত্ৰীৰ ৭টা বৃহৎ ঘোষণা

-১ আগষ্টৰ পুৱাতেই একাউণ্টযোগে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

-ভয়াৱহ বানত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালৰ আত্মীয়লৈকে ৯লাখকৈ সাহাৰ্য ঘোষণা

-৪ লাখ টকাৰ সাহাৰ্যৰ লগতে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা অতিৰিক্ত ৫ লাখ টকা ঘোষণা

-বানত সন্ধানহীন হৈ থকা কোন লোকৰ সন্ধান নাপালে এমাহৰ ভিতৰত মৃত বুলি ধৰি লোৱা হ’ব

-এনে দুৰ্ভগীয়া পৰিয়ালৰ আত্মীয়লৈকো দিয়া হ’ব ৯ লাখকৈ টকা

-শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালক দিয়া হ’ব ১৫,০০০ টকা

-১৫ হাজাৰ টকাৰ লগতে অৰুণোদয় আঁচনিৰ ধনো দিয়া হ’ব বধিত হাৰত

-১২৫০ টকাৰ পৰিৱৰ্তে প্ৰতিটো হিতাধিকাৰীয়ে লাভ কৰিব ২৫০০কৈ টকা

-সৰ্বমুঠ ১৭,৫০০ টকা লাভ কৰিব ৪ জিলাৰ বন্যাৰ্ত পৰিয়ালে

-প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ ৪ জিলাৰ শিক্ষাৰ্থীক দিয়া হ’ব বিনামূলীয়া ইউনিফৰ্ম আৰু কিতাপ

-কিতাপ কিনাৰ বাবে H.Sৰ ছাত্ৰ-ছাত্ৰীয়ে পাব ১০০০টকা

-স্নাতক ছাত্ৰ-ছাত্ৰীয়ে পাব ৩০০০ টকা

-স্নাতকোত্তৰ শিক্ষাৰ্থীসকলে পাব ৫০০০ টকা

-মাৰ্কশ্বীট নোহোৱাসকলে DUPLICATE MARKSHEETৰ বাবে কৰিব পাৰিব আবেদন

-ফেচবুক লাইভযোগে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : বান প্ৰভাৱিত চাৰি জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.