বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ কাৰণসমূহ চিনাক্ত কৰিবৰ বাবে আৰু অনাগত দিনত দলটোক পুনৰুজ্জীৱিত কৰিব পাৰি এই বিষয়ত জিলাই জিলাই ভ্ৰমণ কৰি এক প্ৰতিবেদন দিবৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে গঠন কৰি দিয়া জিলাভিত্তিক পৰ্যবেক্ষক সকলৰ লগত আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা আলোচনাৰ অংশৰূপে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক মনোজ চৌহান, পৰ্যবেক্ষক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কি, ৰিপুন বৰা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে আলোচনা সম্পন্ন।

