অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ঘাতক ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈ।
ধেমাজিৰ চিচিবৰ থানাত আত্মসমৰ্পণ ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈ। ঘটনাৰ পিছতে ডিব্ৰুগড়ত আত্মগোপন কৰি আছিল পত্নী-সন্তান।
৫ টাকৈ হত্যাকাণ্ডৰ পিছত ঘনকান্তই অজ্ঞাত স্থানলৈ প্ৰেৰণ কৰিছিল পত্নী-কন্যাক।জোনমণিক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।
এই অভিযানৰ মাজতে শুত্ৰুবাৰে নিশা ব্যক্তিগত বাহনযোগে ধেমাজিলৈ গৈছিল জোনমণি গগৈয়ে। জোনমণি গগৈৰ লগত আছে অধিবক্তা।
লগতে পঢ়ক: Guwahati Bilas Inn murder case: ঘাতক ঘনকান্তক লগত লৈ সৌকুছিৰ ভাড়াঘৰত আৰক্ষী অভিযান
