Voice of Eastern India

পুনৰ প্ৰচণ্ড বানত বুৰিল যোৰাবাট


সাৱধান, যোৰাবাটত পুনৰ কৃত্ৰিম বান । বহুসময় ধৰি আৱদ্ধ শ শ যান-বাহন ।

-পুনৰ প্ৰচণ্ড বানত বুৰিল যোৰাবাট

-মুষলধাৰ বৰষুণত হো-হোৱাই নামিছে পানী

-মুহূৰ্তৰ ভিতৰতে বুৰ গৈছে ৰাজপথ

-ন মাইল, দহ মাইল , যোৰাবাটত ভয়াবহ কৃত্ৰিম বান

-ব্যাহত হৈ পৰিছে উজনি-নামনিৰ যাতায়াত

-ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে যোৰাবাটত নিশা প্ৰচণ্ড যান-জঁট

-বহুসময় ধৰি আৱদ্ধ শ শ যান বাহন

-উজনি-নামনি দুযো ফালৰ পৰাই আৱদ্ধ হৈছে যান-বাহন

-হাহাকাৰ পৰিস্থিতি

-এজাক বৰষুণতে বানত ডুব গৈছে যোৰাবাট

লগতে পঢ়ক : যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান, পৃথক পথ নিৰ্দেশনা জাৰি মহানগৰ প্ৰশাসনৰ

Source link



Source link

Leave A Reply

Your email address will not be published.